Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

সুধাকন্ঠবিহীনভাৱে এটা দশক পাৰ কৰিলে অসম আৰু অসমীয়াই

"মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাবে
অকনি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া?"

নিউজ ডেক্স, ০৫ নবেম্বৰ: আজি বিশ্ববৰেণ্য শিল্পী, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী৷ ৰাজ্যজুৰি সুধাকন্ঠক স্মৰণ কৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ড° ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত স্মৃতি তৰ্পণ সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰিছে চৰকাৰে। দীঘলীপুখুৰী পাৰত অৱস্থিত সুধাকন্ঠৰ প্ৰতিমূৰ্তিতো বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা গৈছে। ইফালে, নিজৰাপাৰৰ বাসগৃহতো সাংস্কৃতিক ন্যাসে আয়োজন কৰিছে মাংগলিক অনুষ্ঠানৰ।

Post a Comment

Previous Post Next Post